Reader ready.
কলিমা ‘লা ইলা-হা ইল্লাল্লাহ’ৰ অৰ্থ, চৰ্তসমূহ লগতে ব্যক্তি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ (Book - Assamese)
‘লা ইলা-হা ইল্লাল্লাহ’ — আল্লাহৰ বাহিৰে আন কোনো সত্য মাবুদ বা উপাস্য নাই। এইটো ইছলামৰ চূড়ান্ত কলিমা, মানৱ জীৱনৰ পৰম বাক্য। এই সৰু কিন্তু মূল্যবান পুস্তিকাত এই বাক্যৰ মৰ্যাদা, ফজীলত, স্তম্ভ বা ৰুকন, চৰ্ত, অৰ্থ, চাহিদা বা দাবী, উপকাৰিতা আৰু প্ৰভাৱ আলোচিত হৈছে।
Contributors
Authorsছলেহ ইবনে ফাওজান আল - ফাওজান
Translatorsৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Publishersইছলাম প্ৰচাৰ ব্যুৰো , ৰাবৱা , ৰিয়াদ , ছৌদি আৰব
Download all material files
2 files • 8.3 MB
Material files
1 / 2Social-friendly share text
এইটো আপোনাৰ সৈতে ভাগ-বতৰা কৰি মই আনন্দিত:
📘 কলিমা ‘লা ইলা-হা ইল্লাল্লাহ’ৰ অৰ্থ, চৰ্তসমূহ লগতে ব্যক্তি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ (Assamese)
📝 ‘লা ইলা-হা ইল্লাল্লাহ’ — আল্লাহৰ বাহিৰে আন কোনো সত্য মাবুদ বা উপাস্য নাই। এইটো ইছলামৰ চূড়ান্ত কলিমা, মানৱ জীৱনৰ পৰম বাক্য। এই সৰু কিন্তু মূল্যবান পুস্তিকাত এই বাক্যৰ মৰ্যাদা, ফজীলত, স্তম্ভ বা ৰুকন, চৰ্ত, অৰ্থ, চাহিদা বা দাবী, উপকাৰিতা আৰু প্ৰভাৱ আলোচিত হৈছে।
🔗 https://b.islamhouse.com/as/books/2822085