Reader ready.
Alerting to Matters Belong to Muslim Women (Book - Assamese)
A book translated into Assamese focuses on some important matters about Muslim women's life like adornment, menstruation, postpartum bleeding, clothes, Islamic veil, prayer, pilgrimage, umrah, along with some marital matters.
Contributors
AuthorsSaleh Bin Fawzaan al - Fawzaan
PublishersIslamic Propagation Office in Rabwah
Download all material files
2 files • 10 MB
Material files
1 / 2Social-friendly share text
এইটো আপোনাৰ সৈতে ভাগ-বতৰা কৰি মই আনন্দিত:
📘 মুমিনা নাৰীসকলৰ বাবে বিশেষ বিধি- বিধান (Assamese)
📝 নাৰীসকলৰ প্ৰকৃত মৰ্যদা প্ৰদানকাৰী দ্বীন একমাত্র ইছলাম। ইছলামে তেওঁলোকৰ বহুতো বিষয় বিশেষ গুৰুত্বসহ গ্ৰহণ কৰিছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেতিয়াবা কেতিয়াবা কেৱল নাৰীসকলক উদ্দেশ্য কৰি উপদেশ প্ৰদান কৰিছিল। ‘আৰাফাৰ ময়দানত তেখেতে নাৰীসকলৰ ওপৰত পুৰুষসকলক হিতাকাঙ্ক্ষী হ’বলৈ উপদেশ দিছে, যিয়ে প্ৰমাণ কৰে নাৰীসকল বিশেষ যত্নৰ দাবীদাৰ। বিশেষকৈ বৰ্তমান সময়ত যেতিয়া মুছলিম নাৰীসকলৰ সন্মান হৰণ আৰু মৰ্যদাপূৰ্ণ স্থানৰ পৰা বিচ্যুত কৰাৰ নিমিত্তে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা হৈছে। এতেকে, তেওঁলোকক সচেতন কৰা আৰু তেওঁলোকৰ সন্মুখত মুক্তিৰ নিৰ্দেশনা স্পষ্ট কৰাৰ বিকল্প নাই। উক্ত পুথিখনত এই বিষয়টোকে স্পষ্ট কৰা হৈছে।
🔗 https://b.islamhouse.com/as/books/2791532