Reader ready.
ইছলামক লৈ কৰা বিদ্ৰূপৰ ভয়ঙ্কৰ প্ৰৱণতা (Article - Assamese)
বৰ্তমান সময়ত গোটেই বিশ্বত, আনকি মুছলিমসকলৰ মাজতো ইছলামক ব্যঙ্গ-বিদ্ৰূপ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। অথচ এইটো এটা ভয়ঙ্কৰ অপৰাধ, যিয়ে ব্যক্তিক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে আৰু জাহান্নামক তাৰ ঠিকনা বনাই দিয়ে। এই প্ৰৱন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত ইছলাম লৈ কৰা বিদ্ৰূপৰ ভয়াৱহ পৰিণতি সম্পৰ্কে আলোচনা কৰা হৈছে।
Contributors
Authorsআমীন ইবন আব্দুল্লাহ আশ্ব - শ্বাকাৱী
Reviewersৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান দৰঙী
Download all material files
2 files • 8.4 MB
Material files
1 / 2Social-friendly share text
এইটো আপোনাৰ সৈতে ভাগ-বতৰা কৰি মই আনন্দিত:
📄 ইছলামক লৈ কৰা বিদ্ৰূপৰ ভয়ঙ্কৰ প্ৰৱণতা (Assamese)
📝 বৰ্তমান সময়ত গোটেই বিশ্বত, আনকি মুছলিমসকলৰ মাজতো ইছলামক ব্যঙ্গ-বিদ্ৰূপ কৰাৰ প্ৰৱণতা বৃদ্ধি পাইছে। অথচ এইটো এটা ভয়ঙ্কৰ অপৰাধ, যিয়ে ব্যক্তিক ইছলামৰ পৰা বহিষ্কাৰ কৰি দিয়ে আৰু জাহান্নামক তাৰ ঠিকনা বনাই দিয়ে। এই প্ৰৱন্ধত কোৰআন আৰু ছুন্নাহৰ আলোকত ইছলাম লৈ কৰা বিদ্ৰূপৰ ভয়াৱহ পৰিণতি সম্পৰ্কে আলোচনা কৰা হৈছে।
🔗 https://b.islamhouse.com/as/articles/2786496