Reader ready.
The Three Fundamental Principles (Book - Assamese)
A book in Assamese in which the author shows the fundamentals principles that a Muslim has to know about Allah, Islam, and the Prophet Muhammad. He also shows the types of worship that Allah commanded in a brief and easy explanation.
Contributors
AuthorsMuhammad Bin Abdul Wahhab
PublishersIslamic Propagation Office in Rabwah
Download all material files
2 files • 1.9 MB
Material files
1 / 2Social-friendly share text
এইটো আপোনাৰ সৈতে ভাগ-বতৰা কৰি মই আনন্দিত:
📘 তিনিটা মৌলিক নীতি আৰু তাৰ প্ৰমান সমূহ (Assamese)
📝 এইটো মুহাম্মদ ইবন আব্দুল ওৱাহহাব - ৰাহিমাহুল্লাহ - ৰচিত এখন সংক্ষিপ্ত ও মূল্যবান পুস্তিকা।ইয়াত অতি সংক্ষেপে মানৱ জীৱনৰ মৌলিক কৰ্তব্য, সৃষ্টি ও স্ৰষ্টাৰ পৰিচয়, আল্লাহে আদেশ কৰা ইবাদত ও উপাসনাৰ প্ৰকাৰ ও ভাগ সমূহ, দ্বীনৰ সংক্ষিপ্ত বিৱৰণ, দ্বীন ইছলামৰ পৰ্যায়সমূহ, প্ৰত্যেক পৰ্যায়ৰ আৰকানসমূহ, নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ সংক্ষিপ্ত জীৱনি, তেখেতক প্ৰেৰণ কৰাৰ ৰহস্য, পৰকালৰ প্ৰতি ঈমান, আৰু তৌহীদৰ দুটা উপাদান যেনে তাগুতক পৰিহাৰ কৰা আৰু আল্লাহৰ প্ৰতি ঈমান আনা ইত্যাদি বিষয় সমূহ বৰ্ণনা কৰিছে। অসমীয়া অনুবাদৰ মূঠ পৃষ্টা হৈছে ৩৭ ।
🔗 https://b.islamhouse.com/as/books/810329